প্ৰসংগ- AIUDF ৰে মিত্ৰতা! প্ৰদেশ কংগ্ৰেজৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব AICCৰ…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব AICCৰ।

তাৎক্ষণিকভাৱে দিল্লীলৈ উৰা মাৰে ভূপেন বৰাই।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত AIUDF ৰ সৈতে মিত্ৰতা বিচাৰিছে কিছু কংগ্ৰেছী নেতাই।

সেই সন্দৰ্ভতেই দিল্লীলৈ জৰুৰী তলব কৰা হৈছে ভূপেন বৰাক।

AIUDF-ৰ সৈতে মিত্ৰতা সন্দৰ্ভত আজি হ’ব বৈঠক।