অসম

পুৰোহিতক তলা লগাই থৈ মন্দিৰত চোৰে চলালে চাফাই অভিযান, লৈ গ’ল চি চি টিভি কেমেৰাও…

সোনাপুৰ আৰক্ষীক চেলেঞ্জ কৰি কালি মন্দিৰত চোৰৰ চাফাই অভিযান।

পুৰোহিতক তলা লগাই থৈ চোৰে লুটি নিলে মন্দিৰৰ সামগ্ৰী।

স্মাৰ্ট চোৰে লৈ গ’ল মন্দিৰৰ চি চি টিভি পৰ্যন্ত।

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা চামতা কালি মন্দিৰৰ নিশা চোৰে চলালে লুটপাত।

চোৰে লুটি লৈ গ’ল চিচি টিভি কেমেৰাৰ সামগ্ৰী, ইনভাৰেটৰ, ,সোণ-ৰূপৰ আ-অলংকাৰ আৰু মূল মণ্ডপত থকা দান-পাত্ৰৰ পৰা কেইবা লক্ষাধিক টকা।

উল্লেখ্য যে, পূৰ্বতেও একেটা স্থানতে সংঘটিত হৈছিল কেইবাটাও চুৰিৰ ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *