অসম

পুনৰ শিৱ থাপাৰ চমক! এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় শিৱৰ…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুনৰ চমক সৃষ্টি কৰিছে শিৱ থাপাই।

এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে শিৱ থাপাই।

ফাইনেলত শিৱৰ সন্মুখত আছিল এছ এছ চিৰ দলবীৰ।

দলৱীৰক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে শিৱই।

কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটউট অৱ স্পৰ্টছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

Leave a Reply

Your email address will not be published. Required fields are marked *