পুনৰ বিতৰ্কত আৰক্ষী বিষয়া জোনমণি ৰাভা! কাৰণ…

পুনৰ বিতৰ্কত আৰক্ষী বিষয়া জোনমণি ৰাভা।

এইবাৰ কিশোৰক হেণ্ডকাফ লগাই বিতৰ্কত সোমাই পৰিছে SI গৰাকী।

পুৱা মৰিকলং আৰক্ষীয়ে মোবাইল চুৰিৰ অভিযোগত আটক কৰিছিল এজন কিশোৰক।

কিন্তু কিশোৰজনক হেণ্ডকাফ লগাই থানাত বহুৱাই ৰখাৰ দৃশ্য বন্দী হৈছিল সাংবাদিকৰ কেমেৰাত।

অৱশ্যে এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত আৰক্ষী বিষয়াগৰাকী জ্ঞাত নহয় বুলি মন্তব্য কৰে।