পুনৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকৰ উদ্ভণ্ডালি, একাংশ দৰ্শকে ভাঙি লণ্ডভণ্ড কৰিলে চকী…

পুনৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকৰ উদ্ভণ্ডালি।

একাংশ দৰ্শকে ভাঙি লণ্ডভণ্ড কৰিলে চকী।

সাংবাদ মাধ্যমৰ লোককো একাংশ দৰ্শকে কৰে আক্ৰমণ।

সাবাদিকলৈ শিল, বটল, চকী দলিয়াই উদণ্ড দৰ্শকে।

সাংবাদিকৰ কেমেৰা ভঙাৰো চেষ্টা একাংশ দৰ্শকৰ।

অনুষ্ঠান উপভোগ কৰিবলৈ অহা মহিলাও আহত আক্ৰমণত।

ঘটনা সন্দৰ্ভত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে।

মৰিগাঁও দিৱসৰ অন্তিম দিনা আছিল জুবিনৰ সংগীতানুষ্ঠান।

সংগীত পৰিৱেশন কৰি থকাৰ মাজতে উদ্ভণ্ডালি চলালে একাংশ দৰ্শকে।