পুনৰ এনকাউন্টাৰ! কুখ্যাত গাে মাফিয়া আদম আলী নিহত

নিউজ ডেস্ক। অসম-পশ্চিম বংগৰ মাজেৰে বাংলাদেশলৈ গৰুৰ চােৰাং বেহাৰ অন্যতম খলনায়ক আদম আলী এনকাউন্টাৰত নিহত।

অসম-বংগ সীমান্তৰ ছাগলীয়াত অসম আৰক্ষীৰ গুলীত নিহত হয় আদম আলী।

উল্লেখ্য যে পূৰ্বে একাধিকবাৰ ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আদম আলী কিছদিন পূৰ্বে ন্যায়ালয়ৰ পৰা জামিন লৈ মুক্ত হৈছিল।

G1 5
পুনৰ এনকাউন্টাৰ! কুখ্যাত গাে মাফিয়া আদম আলী নিহত 3

ইয়াৰ পিছতে সন্ধানহীন হৈ গােপনে গাে সৰবৰাহৰ সৈতে পুনৰ জড়িত হৈ পৰিছিল।

কিছুদিন ধৰি পশ্চিম বংগত আত্মগােপন কৰি থকা আদম আলীৰ শেহতীয়া অৱস্থাত লাভ কৰি এক অভিযান চলায় ধুবুৰী আৰক্ষীয়ে।

এই অভিযানৰ সময়তে গুলীবিদ্ধ হৈ নিহত হয় কুখ্যাত গাে মাফিয়া আদম আলী।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল জব্দ কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পেঞ্চনৰ কামৰ ববাদ ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক

G8 4
পুনৰ এনকাউন্টাৰ! কুখ্যাত গাে মাফিয়া আদম আলী নিহত 4