অসম

পুনৰ অভিলেখ গঢ়িলে গুৱাহাটীয়ে, উৰুকাৰ নিশা মহানগৰীত বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা…

পুনৰ অভিলেখ গঢ়িলে গুৱাহাটীয়ে।

গুৱাহাটী মহানগৰীত অভিলেখ গঢ়িলে সুৰাই।

কেৱল গুৱাহাটীতে উৰুকাৰ নিশা কোটিৰ ঘৰত বিক্ৰী হ’ল সুৰা।

উৰুকাৰ নিশা মহানগৰীত বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা।

উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ নিশাও সুৰা বিক্ৰী কৰি অভিলেখ গঢ়িছিল মহানগৰীয়ে।

৩১ ডিচেম্বৰৰ নিশা মাত্ৰ ১ টা দিনতে অভিলেখ গঢ়ি বিক্ৰী হৈছিল প্ৰায় ৬ কোটি টকাৰ সুৰা।

কেৱল গুৱাহাটী মহানগৰীতে ৫.৯৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *