ইংলেণ্ডৰ হাতলৈ গ’ল ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপৰ খিতাপ।
পাকিস্তানক পৰাস্ত কৰি চেম্পিয়ন হ’ল ব্ৰিটিছ বাহিনী।
প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৮ উইকেট হেৰুৱাই পাকিস্তানে ১৩৮ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডক।
প্ৰত্যুত্তৰত ১৯ অভাৰত ৫ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হ’ল ইংলেণ্ড।