অসম

নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীত ডকাইতি কাণ্ড, লুটি নিলে ৩ লাখ টকা…

নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

বাইকত অহা দুই দুৰ্বৃত্তই লুটি নিলে ৩ লাখ টকা।

লাচিত নগৰৰ কে এফ চিৰ সন্মুখৰ পৰা সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

G8

ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হয় চিচি টিভি কেমেৰাত।

জানিব পৰা অনুসৰি লুটি লৈ যোৱা টকাখিনি নৱজ্যোতি গেছ এজেঞ্চীৰ আছিল।

বেংক অব বৰোদাত টকাখিনি থবলৈ যাওতেই সংঘটিত হয় এই ঘটনা।

এজেঞ্চীটোৰ দুজন কৰ্মচাৰীয়ে টকাখিনি থবলৈ গৈ আছিল বেংকত।

ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

Leave a Reply

Your email address will not be published. Required fields are marked *