অসমঅসমীয়া

নিশা ১২ বজাৰ পিছত অনুষ্ঠিত কৰিব নোৱাৰিব বিহুৰ অনুষ্ঠান! বোকা ডান্সক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

নিউজ ডেস্ক। বিহুৰ সাংস্কৃতিক অনুষ্ঠানত বোকা ডান্সক লৈ এইবাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়, “অলপমান বোকা আছে, তাত নাচিছে সেয়া বেলেগ কথা। কিন্তু একেবাৰে বোকা বিহুলৈ যাব নালাগে। এয়া ভাল সংস্কৃতি নহয়।”

583

ইফালে অহাবছৰৰ পৰা নিশা ১২ বজাৰ পিছত বিহুৰ অনুষ্ঠান বন্ধ কৰি দিয়া হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ লগতে কয় যে সাত বিহুৰ বাহিৰত গলেই বিহুৰ পবিত্ৰতা হেৰাই যায়।

বিহুক সাংস্কৃতিক অনুষ্ঠান বুলি মানুহে ভাবিব, তেতিয়ালৈ ই অসমীয়া জাতিৰ আয়ুস ৰেখা হব নোৱাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে চাওকঃ

ED ৰ জালত পৰিল মহিলা IAS বিষয়া, তালাচীত ওলাল নগদ ২৫ কােটি টকা! পােহৰলৈ আহিল বহু বেনামী সম্পত্তিৰ তথ্য

G5 2 1

Leave a Reply

Your email address will not be published. Required fields are marked *