নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ জামিন লাভ।
উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ৰৌণক আলী হাজৰিকাৰ।
আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত কাৰাবন্দী হৈ আছিল ৰৌণক আলী হাজৰিকা।
১০ লাখ টকা আমানতৰ ধনৰ বিনিময়ত জামিন লাভ কৰে হাজৰিকাই।
তদন্তকাৰী আৰক্ষীক পাছপ’ৰ্ট জমা দিয়াৰ নিৰ্দেশ আদালতৰ।









