অসম

নিমাতীঘাট নাও দুৰ্ঘটনাঃ আটাইকেইজন অভিযুক্তকে জামিন প্ৰদান…

নিমাতীঘাট নাও দুৰ্ঘটনাত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তকে জামিন প্ৰদান।

যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে মঞ্জৰ কৰিলে জামিন।

দুৰ্ঘটনাগ্ৰস্ত ফেৰীৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰী সকলোকে দিয়া হৈছে জামিন।

আইডব্লিউটিৰ কৰ্মচাৰীসকলেও লাভ কৰিছে জামিন।

উল্লেখ্য যে, নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল কেইবাজনো লোকক।

Leave a Reply

Your email address will not be published. Required fields are marked *