নিচাসক্ত চালকৰ অতিপালি, ঘৰৰ ভিতৰত সোমাল তীব্ৰবেগী ডাম্পাৰ… November 25, 2022 by NEWS DESKএক ভয়ংকৰ পথ দুৰ্ঘটনা।ঘৰৰ ভিতৰত সোমাল তীব্ৰবেগী ডাম্পাৰ।নিচাসক্ত ডাম্পাৰ চালকৰ অতিপালিত পথৰ ডাম্পাৰ সোমাল ঘৰৰ ভিতৰত।এই ভয়ংকৰ দুৰ্ঘ সংঘটিত হৈছে মঙলদৈ-টংলা পথত।নিশা ১০ঃ১৫বজাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনাটো।দুৰ্ঘটনাটোৰ সময়ত শুই আছিল পৰিয়ালটো।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…