অসম

দেশৰ গৌৰৱ লাভলীনা বৰগোহাঁইলৈ ৰেনল্টৰ বিলাসী বাহন উপহাৰ…

ট’কিঅ অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম তনয়া লাভলীনালৈ বিশেষ উপহাৰ

দেশৰ গৌৰৱ লাভলীনা বৰগোহাঁইলৈ ৰেনল্টই আগবঢ়াইছে এখন বিলাসী বাহন।

গুৱাহাটী মহানগৰৰ ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়োৱা হৈছে।

25

ৰেনল্টৰ বিক্ৰী আৰু বিপন বিভাগৰ ভাইচ প্ৰেচিডেণ্ট সুধীৰ মালহোত্ৰাই লাভলীনাৰ হাতত এই বিলাসী বাহনখনৰ চাবি অৰ্পণ কৰিছে।

লাভলীনাই এই উপহাৰ তেওঁ মাক, দেউতাকক আগবঢ়াইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *