অসম

দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলীক…

দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলীক।

গুৱাহাটীৰ চিজেএম আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে শ্বেৰমানক।

আৰক্ষীয়ে ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল শ্বেৰমানক।

২ দিনৰ বাবে পানবজাৰ থানাত ৰখা হ’ব শ্বেৰমান আলীক।

উল্লেখ্য যে, শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ বাবে শনিবাৰে আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক।

Leave a Reply

Your email address will not be published. Required fields are marked *