দুঃখবৰ! সাংবাদিক সুব্ৰত কাকতিৰ অকাল বিয়োগ…

নাৰায়ণপুৰৰ সাংবাদিক সুব্ৰত কাকতিৰ মৃত্যু।

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত আছিল সাংবাদিক গৰাকী।

আজি পুৱা গুৱাহাটীত পল্টন বজাৰ ৰে’ল ষ্টেছনত ৰেলৰ পৰা নমাৰ পিছতেই অচেতন হৈ পৰা কাকতি।

ইয়াৰ পিছতে গুৱাহাটী নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ সুব্ৰত কাকতিয়ে।

অসমৰ এটা ব্যক্তিগত টেলিভিচন চেনেলৰ সাংবাদিক আছিল সুব্ৰত কাকতি।

তেওঁৰ মৃত্যুত মৃয়মান সমগ্ৰ নাৰায়ণপুৰবাসী।