অসম

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা…

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা।

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হ’ব ডাঃ মাণিক সাহা।

ডাঃ মাণিক সাহা আছিল ত্ৰিপুৰাৰ বিজেপিৰ ৰাজ্যিক সভাপতি।

778

উল্লেখ্য যে, শনিবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বিপিলৱ কুমাৰ দেৱে।

বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগৰ পিছতে বিয়লি ৫ বজাত বিজেপি বিধায়িনী দলৰ এখন জৰুৰী বৈঠক এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, ত্ৰিপুৰা কংগ্ৰেছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ অভিযোগত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ পদত্যাগ দাবী কৰি আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *