অসমঅসমীয়া

তীব্ৰবেগী এম্বুলেন্স বাহনে মহটিয়াই নিলে পালছাৰ বাইকৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন পালছাৰ বাইক মহটিয়াই নিলে তীব্ৰবেগী এম্বুলেন্সে।

এই দুৰ্ঘটনাৰ স্থান উত্তৰ লখিমপুৰৰ বাইপাছৰ নলকটা তিনিআলিৰ সমীপৱৰ্তী এলেকা।

জানিব পৰা মতে, কয়লাবাৰী চাহ বাগিচাৰ এম্বুলেন্সৰ খুন্দাত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল আৰোহীজন।

দুৰ্ঘটনাত পতিত পালছাৰ বাইকৰ নম্বৰ AS07 K1802।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজন।

দুৰ্ঘটনাস্থলীত লখিমপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চিকাৰ কৰিবলৈ গৈ নিজেই ’চিকাৰ’ হ’ল এজন আৰক্ষী কনিষ্টবল!

Leave a Reply

Your email address will not be published. Required fields are marked *