চিনি পাই নেকি? সন্ধান দিয়ক আৰু ১০ লাখ টকা লওক…

মাওবাদী নেতা সব্যসাচী গোস্বামীক মোষ্ট ৱাণ্টেড (Most Wanted) ঘোষণা।

সব্যসাচীৰ সন্ধান দিওতালৈ ১০ লাখ টকা ঘোষণা।

এই ঘোষণা কৰিলে NIA ই।

লগতে ইয়াকো সদৰি কৰিছে যে, সন্ধান দিওতাৰ পৰিচয়-ঠিকনা গোপনে ৰখা হব।

সব্যসাচীৰ বিৰুদ্ধে R.C number 01/2022 গোচৰ ৰুজু হৈ আছে কাছাৰ জিলাত।

NIA- য়ে পূৰ্বেও গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সব্যসাচী গোস্বামীক।

এইবাৰ সব্যসাচীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত যিয়ে সহায় কৰিব তাকেই পুৰস্কাৰ দিব বুলি ঘোষণা কৰে।