অসম

অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত, আদালতত জামিন মঞ্জুৰ…

অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হ’ল চিত্ৰশিল্পী নীলিম মহন্তৰ।

নদী বান্ধ বিৰোধী শ্লোগান লিখি অৰুণাচল আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চিত্ৰশিল্পী নীলিম মহন্তৰ জামিন লাভ।

মঙলবাৰে আদালতে চিত্ৰশিল্পী নীলিম মহন্তৰ জামিন আবেদন মঞ্জুৰ কৰে।

G5 18

উল্লেখযোগ্য যে, অৰুণাচলপ্ৰদেশৰ এখন দেৱালত নদী বান্ধৰ বিৰোধিতাৰ চিত্ৰ অংকন কৰাৰ অভিযোগত লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অসমৰ যুৱ চিত্ৰ শিল্পী গৰাকীক।

G6 10

নীলিম মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে চিত্ৰ শিল্পী গৰাকীৰ মুক্তিৰ দাবীত সাব্যস্ত হৈছিল প্ৰতিবাদ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অন্যান্য দল-সংগঠনেও নীলিম মহন্তৰ মুক্তিৰ দাবীত কৰিছিল প্ৰতিবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *