চিগাৰেটক কেন্দ্ৰ কৰি নৃশংস হত্যাকাণ্ড! স্কুলীয়া ছাত্ৰক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তৰ

দুৰ্গোৎসৱৰ মাজতে তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড।

ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এঝ ছাত্ৰক হত্যা দুৰ্বৃত্তৰ।

মৃত ছাত্ৰজন কৈলাসপুৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া।

ডিঙি ৰেপি হত্যা ৰক্তিম নিমলীয়াক।

অসম-অৰুণাচলৰ চিটপানীত সংঘটিত এই ঘটনা।

এটা চিগাৰেটক কেন্দ্ৰ কৰি নৃশংস হত্যাকাণ্ড দুৰ্বৃত্তৰ।