চিকিৎসকৰ দলে প্ৰতিবেদন দাখিল কৰাৰ পিছতেই পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা…

পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা।

ৰাজকন্যাৰ স্বাস্থ্য সন্দৰ্ভত দিছপুৰ ACPৰ হাতত প্ৰতিবেদন দাখিল।

ৰাজকন্যাৰ স্বাস্থ্যৰ সকলো দিশ পৰীক্ষা কৰিয়েই দাখিল প্ৰতিবেদন।

অধীক্ষকৰ সৈতে আলোচনা হোৱা পিছত পুনৰ আৰক্ষী দল আহি উপস্থিত হয় GNRCত।

তাৰপিছতেই গ্ৰেপ্তাৰ হয় ৰাজকন্যা বৰুৱা।

ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাৰ বাবে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ বিতৰ্কিত মডেলগৰাকী।

জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা।

জি এম চি এইছৰ ৬ জনীয়া মেডিকেল ব’ৰ্ডে কৰিছিল স্বাস্থ্য পৰীক্ষা।

মেডিকেল ব’ৰ্ডে প্ৰতিবেদনত জনাইছিল সুস্থ আছে ৰাজকন্যা বৰুৱা।

Leave a Comment