গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ চুপাৰি জব্দ।
ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ 44 বেগ চুপাৰি।
কামৰূপ এক্সপ্ৰেছত উদ্ধাৰ 22 বেগ।
চুপাৰি খিনি বাৰ্মিজ চুপাৰি হোৱাৰ সন্দেহ ৰেল আৰক্ষীৰ।
চুপাৰি মাফিয়াই যাত্ৰীবাহী ৰেল যোগে সৰবৰাহ কৰিছিল চুপাৰি খিনি।
ডিমাপুৰৰ পৰা চি নবিলৈ নিবলৈ আনিছিল 44 বেগ চুপাৰি।
আৰু ডিমাপুৰৰ পৰা হাওৰালৈ 22 বেগ চুপাৰি।
পুৱা GRP ৰ অভিযানত জব্দ চুপাৰি খিনি।
ডিমাপুৰৰ পৰা কানপুৰলৈ নিব লৈছিল ৪৪ বেগ চুপাৰি।









