গুৱাহাটীক লৈ বিশেষ টুইট বিৰাট কোহলীৰ…

দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাইভল্টেজ মেচ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেটত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰি গৃহভূমিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত জয় নিশ্চিত কৰে।

খেলৰ সমাপ্ত হোৱাৰ পিছতে বিশেষ টুইট কৰিছে ভাৰতৰ বিস্ফোৰক বেটছমেন বিৰাট কোহলীয়ে।

গুৱাহাটীত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত ভাৰতৰ বিস্ফোৰক বেটছমেনগৰাকী।

বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰে কোহলীয়ে।