অসম

অকৰ্তৃত্বশীলভাৱে অসম আৰক্ষীৰ বিষয়াই ৰাখিব নোৱাৰিব PSO, হাউছ গাৰ্ড…

নিউজ ডেস্ক। অকৰ্তৃত্বশীলভাৱে অসম আৰক্ষীৰ বিষয়াই ৰাখিব নোৱাৰিব PSO, হাউছ গাৰ্ড।

ৰাজ্যৰ বেটেলিয়নৰ অধিনায়ক, আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা গৃহ বিভাগৰ।

বেটেলিয়নৰ জোৱানক আৰক্ষী বিষয়াই ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব।

এই সন্দৰ্ভত গৃহ বিভাগৰ প্ৰধান সচিবে জাৰি কৰিলে নিৰ্দেশনা।

458

এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়- মুখ্যমন্ত্ৰী ফালৰ পৰা সঠিক নিৰ্দেশ পাইছো। ৰাজনৈতিক ভাবে এনে নিৰ্দেশ পোৱাটো ডাঙৰ কথা। অসম আৰক্ষী সংস্কাৰৰ অংশ হিচাপে ইয়াক কাৰ্যকৰী কৰা হৈছে।

লগতে প্ৰয়োজন থাকিলেহে PSO নিয়োজিত কৰিবলৈ নিগম নিকাই অধক্ষ্য-উপাধ্যক্ষ সকলক আহ্বান মহন্তৰ।

আনহাতে SP বদলি সন্দৰ্ভতো তেওঁ কয়- সময় হলে সলনি হবই লাগিব।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 5

Leave a Reply

Your email address will not be published. Required fields are marked *