এতিয়াও ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ।
শেহতীয়াভাৱে মন্ত্ৰী অতুল বৰাৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ।
ছ’চিয়েল মিডিয়াযোগে এই কথা নিজেই সদৰি কৰিছে মন্ত্ৰী বৰাই।
সেয়েহে বৰাৰ সংস্পৰ্শলৈ অহা সকলোকে তৎপৰতাৰে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।
I have tested positive for COVID-19 with mild symptoms.
— Atul Bora (@ATULBORA2) August 8, 2021
I request all those who have come in contact with me to get themselves tested at the earliest.









