ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ! গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ…

অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ।

গুৱাহাটীত অনুষ্ঠিত হ’ব টি-২০ মেচ।

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ।

উক্ত শৃংখলাৰ দ্বিতীয় খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত।

চলিত বৰ্ষৰ ১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচ খন।