কাৰাগাৰত আচামীক সাক্ষাতৰ বিনিময়ত উৎকোচ লৈ শাস্তিমূলক বদলি হ’ল জিলা কাৰাগাৰৰ আৰক্ষী…

কোকৰাঝাৰ জিলা কাৰাগাৰৰ আৰক্ষীক শাস্তিমূলক বদলি৷

শদিয়ালৈ বদলি বিপ্লৱ সৰকাৰক৷

কাৰাগাৰত আচামীক সাক্ষাতৰ বিনিময়ত উৎকোচ লৈছিল আৰক্ষীজনে৷

ঘটনাটো পোহৰলৈ অহাৰ পিছত কোকৰাঝাৰ জিলা উপায়ুক্তই তদন্তৰ ঘোষণা কৰিছিল।

আৰু তদন্ত প্ৰক্ৰিয়াৰ অন্তত শাস্তিমূলক বদলি কৰা হয় বিপ্লৱ সৰকাৰক৷