অসমঅসমীয়া

কাজিৰঙাত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা

নিউজ ডেস্ক। কাজিৰঙাত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ষষ্ঠ সংযোজনৰ গমিৰি শিবিৰ এলেকাত উদ্ধাৰ হয় এটা প্রকাণ্ড হাতীৰ মৃতদেহ।

P8

এই বিষয়ে তথ্য লাভ কৰি আঞ্চলিক বন বিষয়া প্রাঞ্জল গগৈসহ এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ লগতে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে বন বিভাগে।

P9

বৰ্তমানলৈকে হাতীটোৰ মৃত্যু হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, হাতীটো কেইবাদিনো ধৰি গমিৰিৰ উক্ত অঞ্চলত বিচৰণ কৰি ফুৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *