অসমঅসমীয়া

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ ৰাজ্যপাল, চিকিৎসালয়ত ভৰ্তি

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী।

বুধবাৰে (১২ জানুৱাৰী) কোভিড-১৯ ৰ পৰীক্ষাত তেওঁক পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

FIv5v-KJVc-AEG9-NJ

ইয়াৰ পাছতে ৰাজ্যপালগৰাকীক বুধবাৰে সন্ধিয়া গুৱাহাটীৰ এপোলো হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, তেওঁ স্বাস্থ্যৰ সুস্থিৰ অৱস্থাত আছে।

ইপিনে, ৰাজ্যপাল গৰাকীৰ পত্নী ক’ভিড নিগেটিভ হিচাপে চিনাক্ত কৰা হৈছে।

তেওঁ বৰ্তমান ৰাজভৱনতে আছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *