এপিএছচিৰ নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী

নিউজ ডেস্ক। অসম লোক সেৱা আয়োগৰ (এপিএছচি)ৰ নতুন অধ্যক্ষ নিযুক্তি।

জ্যেষ্ঠ আইএএছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক এপিএছচিৰ অধ্যক্ষ হিচাপে নিযুক্তি।

বৃহস্পতিবাৰে এক নিৰ্দেশনাৰ জৰিয়তে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে তেওঁক এই পদত নিযুক্তি প্ৰদান কৰে।

64539953 2268547356571155 4384285246909054976 n
এপিএছচিৰ নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী 3

ড০ নাথে অৱসৰপ্ৰাপ্ত আইএএছ ৰাজীৱ কুমাৰ বৰাক এপিএছচিৰ অধ্যক্ষ হিচাপে উত্তৰাধিকাৰী কৰিছিল।

উল্লেখ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পূৰ্বতে এপ্ৰিল ২০১৭ ৰ পৰা এপ্ৰিল ২০২২ লৈ অসমৰ নৱগঠিত বজালী জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

300085184 3149377428658904 6499737134319708868 n
এপিএছচিৰ নতুন অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী 4

ইয়াৰ পিছৰে পৰা তেওঁ মাধ্যমিক শিক্ষাৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ আগতে এপিএছচি পৰীক্ষা নিয়ন্ত্ৰকৰ পদতাে অধিষ্ঠিত আছিল।