অসমঅসমীয়া

এনকাউন্টাৰত গুলীবিদ্ধ, হাস্পতালৰ পৰা পলাল দুৰ্ধৰ্ষ ডকাইত ৰাজু

নিউজ ডেস্ক। অসম আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হৈ প্ৰাণৰক্ষা পৰা এটা ডকাইতে হাস্পতালৰ পৰা পলায়ন কৰিছে।

এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

vlcsnap-2022-01-22-17h23m02s874

জানিব পৰা মতে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছে ডকাইত গেৰজাই।

ক’ভিড-১৯ত আক্ৰান্ত হৈ ক’ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল উক্ত ডকাইতটো।

G13

ৰাজু বৰুৱা ওৰফে গেৰজাইৰ নামৰ ডকাইতোক যোৱা ২৪ ছেপ্তেম্বৰত আটক কৰিছিল আৰক্ষীয়ে।

লখিমপুৰৰ কাৰাগাৰত থাকোঁতে আক্ৰান্ত হৈছিল ক’ভিডত।

ইয়াৰ পিছতে ডকাইতোক ভৰ্তি কৰোৱা হৈছিল ক’ভিড ৱাৰ্ডত। পুৱতি নিশা চিকিৎসালয়ৰ পৰা পায়ন কৰে উক্ত ডকাইতোৱে।

লগতে চাওকঃ

দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ‘অপহৰণ’ কাণ্ডত নতুন মােৰ…

G6

Leave a Reply

Your email address will not be published. Required fields are marked *