এইবাৰ বিলাসী ফৰ্চুনাৰ বাহনত আহিল ATM প্ৰৱঞ্চকৰ দল, জালত পৰিল আৰক্ষীৰ…

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত এটিএম সালসলনি কৰি গ্ৰাহকৰ একাউন্টৰ পৰা নিতৌ লাখ লাখ টকা লুট কৰা চক্ৰ সক্ৰিয় হৈ আছে।

এই চক্ৰটােৰ অধিকাংশ সদস্য বহিঃৰাজ্যৰ যদিও একাংশ স্থানীয় বাসিন্দাৰ সৈতে মিতিৰালি কৰি ক্ৰমাৎ শক্তিশালী হৈছে এটিএম প্ৰৱঞ্চকৰ চক্ৰ।

FahgLIwacAERtJ1
এইবাৰ বিলাসী ফৰ্চুনাৰ বাহনত আহিল ATM প্ৰৱঞ্চকৰ দল, জালত পৰিল আৰক্ষীৰ... 5

ইপিনে, শুকুৰবাৰে গুৱাহাটী মহানগৰীত বিলাসী ফৰ্চুনাৰ বাহনত উঠি অহা দুই এটিএম প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

FahgK AaQAA L18
এইবাৰ বিলাসী ফৰ্চুনাৰ বাহনত আহিল ATM প্ৰৱঞ্চকৰ দল, জালত পৰিল আৰক্ষীৰ... 6

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এটিএম প্ৰৱঞ্চক দুজন হৈছে গণেশ নগৰৰ মিন্টু ৰহমান আৰু বৰপেটাৰ ৰমেজ আলী।

FahgKdMakAA 9oS
এইবাৰ বিলাসী ফৰ্চুনাৰ বাহনত আহিল ATM প্ৰৱঞ্চকৰ দল, জালত পৰিল আৰক্ষীৰ... 7

গীতানগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে এই এটিএম প্ৰৱঞ্চক দুটাক আটক কৰিবলৈ সক্ষম হয়।

FahgLy0aQAYKwIK
এইবাৰ বিলাসী ফৰ্চুনাৰ বাহনত আহিল ATM প্ৰৱঞ্চকৰ দল, জালত পৰিল আৰক্ষীৰ... 8

তেওঁলােকৰ ফৰ্চুমাৰ বাহনৰ লগতে তেওঁলােকৰ জিম্মাৰ পৰা ৩৬ খন ATM কাৰ্ড, ২ খন POS চুইপ মেচিন, ১ টা হস্ত নিৰ্মিত পিষ্টল, ১ টা নকল পিষ্টল আৰু নগদ ১৮,০০০ টকা জব্দ কৰে আৰক্ষীয়ে।