ৰাজ্যত যেন চলিছে ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা।
ঘোচ লৈ হাত লোটে ধৰা পৰিছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া।
এইবাৰ উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ ভট্ট দেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক।
বজালীৰ ভট্ট দেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক গ্ৰেপ্তাৰ।
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ।
দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই পঞ্জীয়কগৰাকীক।









