উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা।
৩টা সমষ্টিৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।

মৰিয়নীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক।
ভৱানীপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ফণী তালুকদাৰক।
থাওৰাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুশান্ত বৰগোহাঁইক।









