ৰাজ্যত বলিছে এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ।
উপ নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল।
ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৩১গৰাকী প্ৰাৰ্থীয়ে।
উল্লেখ্যে যে, ৩৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ।
ইয়াৰে ৮ গৰাকী প্ৰাৰ্থীয়ে শনিবাৰে প্ৰত্যাহাৰ কৰে নিজৰ মনোনয়ন পত্ৰ।
এতিয়া সৰ্বমুঠ ৩১ গৰাকী প্ৰাৰ্থীয়ে ৫ সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা।









