উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ বিজ্ঞান শাখাৰ শীৰ্ষত ধৃতিৰাজ বাস্তৱ কলিতা…

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল হৈছে-

প্ৰথমস্থান :

ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰণৈ এইচ এছ স্কুল, দৰং (৪৯১)

photo 2022 06 27 10 41 32
উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ বিজ্ঞান শাখাৰ শীৰ্ষত ধৃতিৰাজ বাস্তৱ কলিতা... 2

দ্বিতীয় স্থান :

অলংকৃতা গৌতম বৰুৱা, চল্টু ব্ৰুক একাডেমি, ডিব্ৰুগড় (৪৮৮)

তৃতীয় স্থান :

সুৰজিত সূত্ৰধাৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮৬)

চতুৰ্থ স্থান :

ৰিত্তিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮২)

আলদ্ৰিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮২)

পঞ্চম স্থান :

আইমন ছোৱাইব, চল্ট ব্ৰুক একাডেমি, ডিব্ৰুগড়, (৪৮১)

ৰুহন শইকীয়া, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৮১)

ষষ্ঠ স্থান :

অভিলাষ দত্ত, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড় (৪৭৮)

সপ্তম স্থান

দেৱব্ৰত কলিতা, দমদমা হায়াৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ (৪৭৭)

বৈভৱ সোণোৱাল, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৭)

অষ্টম স্থান :

গৌৰাংগ ভূঞা, প্ৰজ্ঞা একাডেমি, যোৰহাট (৪৭৬)

নৱম স্থান

শপ্তকৃষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা (৪৭৫)

দেবাশিষ শৰ্মা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও, (৪৭৫) 

বিক্ৰম নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৫)

প্ৰীতম সৰকাৰ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও (৪৭৫)

দশম স্থান :

সুপ্ৰজীত সাহা, ভৱানীপুৰ এইচ এছ স্কুল, বৰপেটা (৪৭৪)

অন্তৰিক্ষা মজুমদাৰ, ড০ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, ডিব্ৰুগড় (৪৭৪)

দেৱজ্ঞান বৰদলৈ, প্ৰজ্ঞা একাডেমি, (৪৭৪)

কিষাণ হাৰলালকা, প্ৰজ্ঞা একাডেমি, (৪৭৪)

বেদান্ত শৰ্মা, কনট ইউনিভাৰ্চিটি, কামৰূপ (৪৭৪)

উল্লেখ্য যে বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী।

ইয়াৰে ৩০,৯১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হয়।