অসম

আৰক্ষী থানাত ভয়ংকৰ ঘটনা! আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থ জোৱানক…

এইবাৰ আৰক্ষী থানাতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে সতীৰ্থক জোৱানক।

সোণাৰি সদৰ থানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

photo 2022 12 06 14 54 24

ডিঙিত তিনিটা গুলী লাগি মৃত্যুক সাৱটি লয় জোৱানজনে।

নিহত আৰক্ষী জোৱানজনৰ নাম গকুল বসুমতাৰী বুলি জানিব পৰা গৈছে।

photo 2022 12 06 15 06 10

দীপক কাকতি নামৰ জোৱানজনে গুলীয়াই হত্যা কৰে গকুলক।

অভিযুক্ত দীপক কাকতিৰ আত্মসমৰ্পণ।

অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হ’ব পালে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।