আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক ৯টাকৈ মাওবাদী…

আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক কেইবাজনো মাওবাদী।

ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিল ৯টাকৈ মাওবাদী।

আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক হ’ল মাওবাদীকেইটা।

ধৃত মাওবাদীকেইটা ক্ৰমে অজয় চাবাৰ, ভাৰত তাঁতী, অমিত মূঢ়া, অমিত সিং ৰাওটা।

মোহন মূৰাৰী, অজিত ওৰাং, দীপেন মানকি, বিপুল তাঁতী আৰু মিণ্টু ভূমিজ।