অসম

আৰক্ষীৰ বৃহৎ সফলতা! ভাৰত -ভূটান সীমান্তত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ…

আৰক্ষীৰ বৃহৎ সফলতা।

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ।

ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত আৰক্ষীয়ে চলাইছিল অভিযান।

Image

আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪টা একে ৪৭ ৰাইফল, এম ১৬ ৰাইফল এটা, স্নিফাৰ ৰাইফল এটা, বেয়নেটৰ সতে চেৰ্লী ৰাইফল এটা।

লগতে মেগজিন ৪টা আৰু ১৬০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

টুইটাৰযোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *