আৰক্ষীৰ বৃহৎ সফলতা! আৰক্ষীৰ জালত ENNGৰ ৩ দুৰ্ধৰ্ষ কেডাৰ… February 25, 2023 by NEWS DESKতিনিচুকীয়া সদৰ আৰক্ষীৰ বৃহৎ সফলতা।আৰক্ষীৰ জালত ENNGৰ ৩ দুৰ্ধৰ্ষ কেডাৰ।অৰুণাচল আৰক্ষীৰ সহযোগত তিনিচুকীয়া আৰক্ষীয়ে চলাইছিল অভিযান।আৰক্ষীৰ জালত আহন ঙদাম, আৱানী ঙদাম আৰু সংগাম ঙদাম।ধৃত তিনিজনৰ পৰা এটা .32 পিষ্টলসহ সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে।Related Posts:ব’হাগৰ বতৰত দুঃখবৰ! বিহু গাই ওভতাৰ পথতে মৃত্যুক…দুই কণমানি কন্যাক নৃশংসভাৱে হত্যা! পাষাণ মাতৃক…ছিংগাপুৰৰ ক'ৰনাৰ আদালতৰ চূড়ান্ত ৰায়দান; প্ৰাণৰ…মোদী-শ্বাহৰ মেগা নিৰ্বাচনী প্ৰচাৰ; অসমৰ বাবে বিজেপিৰ…আকাশত বিধ্বংসী অগ্নিকাণ্ড; প্ৰশিক্ষণৰ মাজতে কাৰ্বি…দেশ মাতৃৰ সেৱাৰ সুৱৰ্ণ সুযোগঃ অসমৰ যুৱকৰ বাবে…কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত এয়া কি আচৰণ ভূপেন বৰা,…মহানগৰীত মহিলা অভিযন্তাৰ নৃশংস কাণ্ড! বক্স পালেঙৰ…বিপদ বাঢ়িব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ! মুখ্যমন্ত্ৰীৰ…টিউচন শেষ কৰি বন্ধুৰ সৈতে ওলাই গৈছিল নিহা; নিশাৰ…