আৰক্ষীৰ তালাচীত গেছ টেংকাৰত ওলাল ১৫১কেজি গাঞ্জা…

বোকাজানৰ বৰপথাৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ।

বৰপথাৰ আৰক্ষী নাকা তালাচীত জব্দ ১৫১কেজি গাঞ্জা।

মণিপুৰৰ পৰা অহা এখন গেছ টেংকাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি।

MN 04C0332 নম্বৰৰ টেংকাৰখনত ১৩টা পেকেটত আনিছিল গাঞ্জাখিনি।

মণিপুৰৰ পৰা নগাঁওলৈ নিয়াৰ পথতে জব্দ কৰা হয় গাঞ্জাখিনি।

ইতিমধ্যে তিনিগৰাকী গাঞ্জা সৰবৰাহকাৰী ক্ৰমে জয়মণি সিংহা, হাকিম বসুমতাৰী আৰু অমৰজিত সিংক আটক কৰিছে বৰপথাৰ আৰক্ষীয়ে।

Leave a Comment