অসম

আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড চুপাৰি মাফিয়া নয়ন ঘোষ…

অৱশেষত আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড চুপাৰি মাফিয়া নয়ন ঘোষ।

চুপাৰি মাফিয়া নয়ন ঘোষক গ্ৰেপ্তাৰ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে।

পল্টনবজাৰস্থিত Hotel Daayscoৰ পৰা গ্ৰেপ্তাৰ কৰিছে ঘোষক।

নয়ন ঘোষ গুৱাহাটীৰ হোটেলত বহিয়ে চলাই আছিল চুপাৰি ছিণ্ডিকেট।

কাছাৰ আৰক্ষীৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত আছে নয়ন ঘোষৰ নাম।

ত্ৰিপুৰাৰ ধৰ্মনগৰত মজুত কৰা চুপাৰি নয়নে ৰে’লযোগে প্ৰেৰণ কৰে বহিঃৰাজ্যলৈ৷

এই চুপাৰি ব্যৱসায়ত নয়ন ঘোষৰ সৈতে ম’ষ্ট ৱাণ্টেড তালিকাত নাম আছে- আবু বক্কৰ, মন্দীপ সিং, বিল্লাল আহমেদ আৰু নাৰু পালৰ নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *