অসম

আৰক্ষীৰ জালত গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈ…

আৰক্ষীৰ জালত গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈ।

শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে উজনিৰ গৰু ছিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈ।

বিজেপিৰ থাওৰা সমষ্টিৰ নেতা আছিল ধৃত গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈ।

উজনি অসমৰ পৰা কন্টেইনাৰ যোগেদি গৰুৰ চোৰাং ব্যৱসায়ৰ নেতৃত্ব দিছিল ছত্ৰধৰ গগৈয়ে।

শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰে গো-মাফিয়াটোক।

বিগত বিধান সভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপি দলত যোগ দিছিল ছত্ৰধৰ গগৈয়ে।

শিৱসাগৰৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড় ,লক্ষীমপুৰৰ গৰু ছিণ্ডিকেটৰ মূল নায়ক আছিল ছত্ৰধৰ গগৈ।

বিধায়ক সুশান্ত বৰগোঁহাইৰ ঘনিষ্ঠ ছত্ৰধৰ গগৈ আৰক্ষীৰ জালত পৰা ঘটনাত শিৱসাগৰত সৃষ্টি হৈছে চাঞ্চল্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *