অসম

আজি শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত ৫ বিধায়কে…

আজি শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত ৫ বিধায়কে।

সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মীয়ে ল’ব শপত।

জিৰণ বসুমতাৰী, ফণী তালুকদাৰেও ল’ব শপত।

শপত ল’ব জলেন দৈমাৰীয়ে।

শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষই।

উল্লেখ্য যে, বিধানসবাৰ উপ নিৰ্বাচনত ৫টা সমষ্টিতে বৃহৎ জয়ৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল বিজেপি মিত্ৰজোঁটে।

Leave a Reply

Your email address will not be published. Required fields are marked *