অসম

আজি বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে…

আজি বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।

বিধানসভাৰ বাজেট অধিবেশনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী গৰাকীয়ে।

ইফালে বাজেট দাখিলৰ পূৰ্বে পুৱা অনুষ্ঠিত হয় চৰকাৰৰ কেবিনেট বৈঠক।

উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে চৰকাৰৰ বাজেট অধিবেশন।

অধিবেশনৰৰ প্ৰথম দুটা দিনত সদনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।

যাৰ বাবে কেইবাবাৰো সদন স্থগিত ৰাখিবলগা হৈছিল অধ্যক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *