আজি দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা।
পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।
ভাগ্য নিৰ্ণয় হ’ব ২২ পৰিষদীয় সমষ্টিৰ ৭৫ গৰাকী প্ৰাৰ্থীৰ।
৪০ হাজাৰৰো অধিক ভোটাৰে সাব্যস্ত কৰিছিল ভোটাধিকাৰ।
ভোটগণনাৰ বাবে সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ।
দুপৰীয়া ১২ বজাৰ পূৰ্বে ফলাফল ওলোৱাৰ সম্ভাৱনা।









