আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।

গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ।

আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

প্রথম পর্যায়ত মুঠ ২৫,৪৩৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

আনহাতে প্রথম পর্যায়ত মুঠ ভোটাৰৰ সংখ্যা ২,৩৯,৭৬,৬৭০গৰাকী।

ইয়াৰ ভিতৰত ১,২৪,৩৩,৩৬২গৰাকী পুৰুষ ভোটাৰ।

১,১৫,৪২,৮১১গৰাকী মহিলা ভোটাৰ।