অসম-নাগালেণ্ড সীমান্তত NSCN(IM)ৰ শিবিৰ ধ্বংসঃ জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ, আটক ৪জন…

অসম-নাগালেণ্ড সীমান্তত এনএছচিএন(আইএম)ৰ শিবিৰ ধ্বংস।

১৪ৰ্থ অসম ৰাইফলছে অভিযান চলাই ধ্বংস কৰে উগ্ৰপন্থীৰ শিবিৰটো।

অভিযানত NSCN(IM)ৰ চাৰি দুধৰ্ষ কেডাৰক আটক।

কেডাৰ কেইজনৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ।

লগতে জব্দ কৰা হৈছে বুজন পৰিমাণৰ গুলীবাৰুদ।

জব্দ AK-47,AK-56,AK-81,M-16 ৰাইফল।

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী সীমান্তৰ মিকিৰাং বস্তিত চলাইছিল অভিযান।

Leave a Comment