অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ UPSCত সফলতা…

অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ UPSCত সফলতা।

UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যৰ।

৯৭ তম স্থান লাভ কৰিছে সিঙৰ কন্যা ঐশ্বৰ্যই।

টুইটাৰযোগে এই কথা সদৰি কৰিছে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰতীয় লোকসেৱা আয়োগৰ (UPSC) 2020 অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল৷

আয়োগে এইবাৰ মুঠ ৭৬১ জন প্ৰাৰ্থী নিযুক্তিৰ পৰামৰ্শ দিছে।

শুভম কুমাৰে এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছ।

Leave a Comment